Instructions

Steps to be Followed

  • Register by providing required fields.
  • Fill up the Application Form.
  • Preview and Submit your Application Form.
  • Verify Mobile No. by providing OTP.

  • For best performance use

    1. Candidates are requested to go through the complete advertisement and read the complete instructions before applying. Advertisement
    2. For Passport Size Photograph:
      • Photograph must be in colour and must be in white background and must have been taken after 1st January 2020
    3. For Signature OR Thumb Impression:
      • Signature OR thumb impression must be taken with a black or dark blue ink on a white paper.
    4. Documents to be uploaded:
      • Admit Card of HSLC for proof of age.
      • Marksheet of HSLC / Graduation (as applicable).
      • Certificate of caste from the competent authority in respect of the candidates belonging to ST(P) / ST(H) / SC / OBC & MOBC.
      • Certificate of EWS from the competent authority (if applicable).
      • Pass certificate of Instructor Course from National Civil Defence College Nagpur / NDRF Acadeny, Nagpur.
      • Pass Certificate of Elementary Fire Service Training or any other advance Civil Defence Course from National Civil Defence College, Nagpur or any other institute recognized by the Govt. of India.
      • Character certificate from College or Institution last studied.
      • Character certificate from two respectable persons (but not releted to).

      Note: The size of the scanned documents should be 100KB to 250 KB (JPEG,JPG,PNG format only)

    নিৰ্দেশনা

    তলৰ পদক্ষেপবোৰ অনুসৰণ কৰক

    1. প্রয়োজনীয় ক্ষেত্রসমূহ পূৰণ কৰি নিবন্ধন কৰক।
    2. আবেদন পত্ৰখন সম্পূৰ্ণ কৰক।
    3. পূৰ্বলোকণ কৰি আবেদন পত্ৰখন জমা দিয়ক।
    4. OTP দি আপোনাৰ মোবাইল নম্বৰটো সত্যাপিত কৰক।

    সৰ্বোত্তম প্ৰদৰ্শনৰ বাবে ব্য়বহাৰ কৰক

    1. প্ৰাৰ্থী সকলে আবেদন কৰা আগত বিজ্ঞাপনটো স্পষ্টকৈ পঢ়ে যে Advertisement
    2. চহী বা অংগুষ্ঠ চাপৰ বা
      • ফটোগ্ৰাফ ৰঙীন আৰু পটভূমি বগা হব লাগিব । ফটোগ্ৰাফ ২ জানুৱাৰী ২০২০ ৰ পাছত টোলা হব লগিব।
    3. >চহী বা অংগুষ্ঠ চাপৰ বাব
      • চহী বা অংগুষ্ঠ চাপ বগা কাগজত আৰু নীলা বা ক'লা ৰঙৰ চিয়াঁহী ব্যৱহাৰ কৰিব লা
    4. আপলডৰ বাবে নথি পত্ৰ সমূহ:
      • হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ড বয়সৰ প্ৰমাণ পত্ৰ হিচাপে ।
      • হাইস্কুল শিক্ষান্ত পৰীক্ষা / স্নাতকোত্তৰ পৰীক্ষাৰ প্ৰমাণ পত্ৰ (প্ৰযোজ্য সাপেক্ষে)।
      • অনূসুচীত জাতি, অনূসূচীত জনজাতি আৰু অন্যান্যভাবে পিচপৰা জাতিৰ অনৰ্গত প্ৰাৰ্থীসকলৰ বাবে জাতি/বৰ্ণৰ প্ৰমান পত্ৰ (প্ৰযোজ্য সাপেক্ষে)।
      • আৰ্থিক ভাবে পিছপৰা সকলৰ বাবে EWS প্ৰমাণ প্ৰত্ৰ (প্ৰযোজ্য সাপেক্ষে)।
      • ৰাষ্ট্ৰীয় অসামৰিক প্ৰতিৰক্ষা মহাবিদ্য়ালয় অথবা NDRF Academy, নাগপুৰৰ Instructor Course ৰ প্ৰমাণপত্ৰ ।
      • ৰাষ্ট্ৰীয় অসামৰিক প্ৰতিৰক্ষা মহাবিদ্য়ালয়,নাগপুৰ অথবা ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতীপ্ৰাপ্ত অন্য় যিকোনো প্ৰতিষ্ঠানৰ পৰা গ্ৰহন কৰা Elementary Fire Service Training অথবা অন্য়ান্য় যিকোনো advance Civil Defence Course ৰ প্ৰমাণপত্ৰ ।
      • শেহতীয়াভাবে উত্তীৰ্ণ হোৱা মহাবিদ্য়ালয় অথবা প্ৰতিস্থানৰ পৰা জাৰি কৰা চৰিত্ৰৰ প্ৰমাণ পত্ৰ
      • যিকোনো দুজন সদাশয় ব্যক্তিয়ে প্ৰদান কৰা চৰিত্ৰৰ প্ৰমাণ পত্ৰ ( সম্বন্ধৰ বাহিৰৰ)

      টোকা: সকলো নথি-পত্ৰ স্ব-স্বাক্ষৰিত হ'ব লাগিব । স্কেন নথি পত্ৰ সমূহ ১০০ কেবি আৰু ৫০০ কেবি'ৰ মাজত হ'ব লাগিব (জেপেগ, জেপিজি, পিএনজি আৰ্হি গ্ৰহন কৰা হ'ব)।

    Register (new candidate)